For full functionality of this site it is necessary to enable JavaScript. Here are the instructions how to enable JavaScript in your web browser. LLF – Language and Learning Foundation
ভাষা মেপিং জৰীপ প্ৰ-পত্ৰ

সাধাৰণ নিৰ্দেশনা
1. অসমৰ সকলো চৰকাৰী বিদ্যালয় (প্ৰথম শ্ৰেণী থকা) ৰ প্ৰথম শ্ৰেণীৰ বাবে এই প্ৰপত্ৰখন প্ৰস্ত্তত কৰা হৈছে ।
 
A. স্কুলৰ বিষয়ে / About School
এই শাখাত বিদ্যালয়ৰ অৱস্থান, শিক্ষকৰ যোগাযোগৰ বিৱৰণ আৰু শ্ৰেণীকোঠাত মুঠ শিক্ষাৰ্থীৰ সংখ্যাৰ বিৱৰণ প্ৰয়োজন।
This section requires details of the location of the school, contact detail of the teacher, and the total number of students in the classroom.
 
 
যদি স্ক্ৰীণত দেখুওৱা UDISE কোডটো আপোনাৰ বিদ্যালয়ৰ UDISE কোডৰ লগত মিলা নাই, অনুগ্ৰহ কৰি আপোনাৰ CRCC/BRC ৰ লগত যোগাযোগ কৰক। - If there is a mismatch of mentioned UDISE Code with the name of your school, Please contact CRC/BRC
 
 
 
B. শিক্ষাৰ মাধ্যম (এম.ও.আই.) আৰু শিক্ষাৰ্থীসকলৰ বুজা আৰু কোৱাৰ দক্ষতা
Medium of Instruction (MoI) and Students' competency to understand and speak MoI
ৰাজ্য চৰকাৰ অনুমোদিত পাঠ্যপুথিৰ ভাষায়ে শিক্ষাৰ মাধ্যম।
Medium of Instruction (MoI) is the language used in the state prescribed textbooks.
 
 
 
C. গৃহভাষা-I আৰু গৃহভাষা-I ত শিক্ষকসকলৰ দক্ষতাঃ
Home language I and teachers' competency in home language I
গৃহ ভাষা হৈছে শিশুৱে সৰ্বশ্ৰেষ্ঠভাৱে বুজি পোৱা আৰু জনা ভাষা/অৰ্থাৎ তেওঁলোকে ঘৰত ব্যৱহাৰ কৰা ভাষা। গৃহভাষা-I তাকে কোৱা হৈছে যি ভাষা শ্ৰেণীৰ অধিকাংশ শিক্ষাৰ্থীৰ ঘৰত ব্যৱহাৰ কৰা ভাষা।
Home language refers to the language best understood and known by children. This is the language that students know best (understand/speak) when they first join a school (Balvatika/grade 1). Home language I refer to the home language of the maximum number of students in the class.
 
 
 
 
 
 
D. গৃহভাষা-II আৰু গৃহভাষা-II ত শিক্ষকসকলৰ দক্ষতাঃ
Home language II and teachers' competency in home language II
ইতিমধ্যে গৃহ ভাষা-I ৰ অধীনত অন্তৰ্ভুক্ত কৰা শিক্ষাৰ্থীক বাদ দি আন শিক্ষাৰ্থীৰ গৃহভাষাক গৃহভাষা-II বোলে। এই শাখাটোত শিক্ষার্থীসকলৰ গৃহভাষা-II আৰু শিক্ষাৰ্থীসকলৰ গৃহভাষা-II বুজা আৰু কোৱাৰ বাবে শিক্ষকসকলৰ দক্ষতাৰ ওপৰত প্রশ্ন আছে।
Home Language II refers to the home language of the students excluding those students who are already covered under Home language I.
 
 
 
 
 
 
E. গৃহভাষা-III আৰু আৰু ইয়াত শিক্ষকৰ দক্ষতাঃ
Home Language III and teachers' competency in home language III
ইতিমধ্যে গৃহভাষা-I আৰু II-ৰ অধীনত অন্তৰ্ভুক্ত শিক্ষার্থীসকলক বাদ দি আন শিক্ষাৰ্থীসকলৰ গৃহভাষাক গৃহভাষা-III বুজায়।
Home Language III refers to the home language of the students excluding those students who are already covered under home languages I and II.
 
 
 
 
 
 
F. আন যিকোনো গৃহভাষা (বোৰ)
Any Other home language(s)
 
 
G.সংযোগী ভাষা Link Language
সংযোগী ভাষা হৈছে ঘৰৰ বাহিৰত কোৱা ভাষা, সেয়েহে ই গৃহ ভাষা নহয়। সমাজত পাৰস্পৰিক যোগাযোগৰ বাবে এই ভাষা ব্যৱহাৰ কৰা হয়।
Link language is a language spoken outside the home, so it is not the home language. It is spoken widely in the community.